Any more questions? Feel free to write us a mail!
contact@assamhealthcare.coop
IMPRINT
Assam Healthcare Cooperative Society (Reg. No. G-05/2016-17, Assam Cooperative Society Act)
Phone: (+91) 90852-28863, (0361) 3574086 | Email: contact@assamhealthcare.coop
Income Tax Registration: 80G-AAFAA1459HE20231 | CSR Registration: CSR00034023
Goswami Bhawan, Ward Street Road, Uzan Bazar, Guwahati, Assam 781001
The Cooperative is a not-for-profit entity.
DISCLAIMER
The information contained in this website is for general information purposes only. The information is provided by [business name]. While we endeavour to keep the information up to date and correct, we make no representations or warranties of any kind, express or implied, about the completeness, accuracy, reliability, suitability or availability of the website or the information, products, services, or related graphics contained on the website for any purpose. Therefore, any reliance on such information is strictly at your own risk.
© 2024 Assam Healthcare Cooperative
এ আই পি এল(AIPL) আৰু অসম স্বাস্থ্য সেৱা সমবায়ৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাতিপুৱাৰ ভাগত এ আই পি এল(AIPL) ৰাজগৰৰ অফিচত এটা নাৰী সকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত পাথকাইণ্ড লেবত লোক সকলে চুগাৰ, থাইৰয়ড, কলেষ্টৰল পৰীক্ষা কৰে। দুপৰীয়া নাৰী সৱলীকৰণৰ এখন সভা অনুষ্ঠিত হয়, সভাত অসম স্বাস্থ্য সেৱা সমবায়ৰ সঞ্চালিকা ডাঃ বিজুলী গোস্বামীয়ে মহিলাৰ জৰায়ু আৰু স্তন কৰ্কট ৰোগৰ বিষয়ে আৰু চকুৰ ওপৰত এক সুন্দৰ আলোকপাত কৰে। লগতে সমবায়ৰ সদস্য কাৰ্ড বিতৰণ কৰা হয়।
#অসমস্বাস্থ্যসেৱা #স্বাস্থ্যশিবিৰ #উদ্যোক্তা #স্বাস্থ্যসচেতনতা #অসম #Healthcare #communityhealth #uzanbazar #healthyliving #socialwelfare ... See MoreSee Less
Whatsapp Message
0 CommentsComment on Facebook
ডঃ ফণী শৰ্মা ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত আৰু অসম স্বাস্থ্য সেৱা সমবায়ে আজি অনুৰাধা চিনেমা হল প্ৰাংগনত এটা ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। প্ৰায় ৫০ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এই শিবিৰত পেথকাইণ্ড লেৱোৰেটৰীয়ে বীনামূলীয়াকৈ চুগাৰ, থাইৰয়ড, কলেষ্টৰল পৰীক্ষা কৰে। সমবায়ৰ ডিৰেক্টৰ ডাঃ ভূপেন্দ্ৰ দেৱ শৰ্মা আৰু ডাঃ নৃপেন বৰকটকীয়ে শিবিৰত উপস্থিত লোক সকলৰ স্বাস্থ্যৰ বুজ লৈ গঠন মূলক উপদেশ দিয়ে। ডিৰেক্টৰ উৎপল বৰুৱা আৰু সৰোজ শৰ্মাসহ সমুজ্জল ভট্টাচাৰ্যই শিবিৰটো পৰিচালনা কৰে।
#অসমস্বাস্থ্যসেৱা #স্বাস্থ্যশিবিৰ #উদ্যোক্তা #স্বাস্থ্যসচেতনতা #অসম #Healthcare #communityhealth #uzanbazar #healthyliving #socialwelfare ... See MoreSee Less
Whatsapp Message
2 CommentsComment on Facebook
বৰ ভাল কাম। সুন্দৰ
Very nice
আজি অসম স্বাস্থ্য সেৱা সমবায়ৰ উজানবজাৰ কাৰ্যলয়ত এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বিশিষ্ট উদ্যোক্তাসকলৰ সক্ৰিয় উপস্থিত থাকে। বহু বছৰ ধৰি সমবায়ে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শিবিৰ অনুষ্ঠিত কৰাত আগভাগ লৈ আহিছে।
এই শিবিৰত বিভিন্ন স্বাস্থ্য পৰীক্ষাৰজৰিয়তে স্থানীয় বহু লোক উপকৃত হয়। অসম স্বাস্থ্য সেৱা সমবায়ৰ এই পদক্ষেপে স্বাস্থ্যসচেতনতা বঢ়োৱাৰ লগতে 'ৰাইজৰ উদ্যোগত স্বাস্থ্যসেৱা'ৰ এক নতুন দিশ উন্মোচন কৰিছে।
#অসমস্বাস্থ্যসেৱা #স্বাস্থ্যশিবিৰ #উদ্যোক্তা #স্বাস্থ্যসচেতনতা #অসম #HealthCare #CommunityHealth #Uzanbazar #HealthyLiving #SocialWelfare ... See MoreSee Less
0 CommentsComment on Facebook
আজি অসম স্বাস্থ্য সেৱা সমবায়ৰ উজানবজাৰ কাৰ্যলয়ত এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বিশিষ্ট উদ্যোক্তাসকলৰ সক্ৰিয় উপস্থিত থাকে। বহু বছৰ ধৰি সমবায়ে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শিবিৰ অনুষ্ঠিত কৰাত আগভাগ লৈ আহিছে।
এই শিবিৰত বিভিন্ন স্বাস্থ্য পৰীক্ষাৰজৰিয়তে স্থানীয় বহু লোক উপকৃত হয়। অসম স্বাস্থ্য সেৱা সমবায়ৰ এই পদক্ষেপে স্বাস্থ্যসচেতনতা বঢ়োৱাৰ লগতে 'ৰাইজৰ উদ্যোগত স্বাস্থ্যসেৱা'ৰ এক নতুন দিশ উন্মোচন কৰিছে।
#অসমস্বাস্থ্যসেৱা #স্বাস্থ্যশিবিৰ #উদ্যোক্তা #স্বাস্থ্যসচেতনতা #অসম #HealthCare #CommunityHealth #Uzanbazar #HealthyLiving #SocialWelfare ... See MoreSee Less
Whatsapp Message
1 CommentComment on Facebook
Nice
Anil Hazarika, Yoga Instructor
PGDYN (KKHSOU), YIC (S-VYASA) MA in Yoga (University of Banglore) with 10 Yers Experience in the field of Yoga.
Contact Assam Healthcare Cooperative Society Ltd. to enrol.
1. Daily Power Yoga for Weight loss
2. Flexibility and Therapeutic Yoga for PCOD, Insomnia, Asthma, Hypertension, Thyroid, Back pain, Stress, Depression, Anxiety, Cervical Spondylitis, Arthritis etc.
Time:
Morning 6.30-7.30, 7.30-8.30
Evening 5-6 and 6-7pm ... See MoreSee Less
Whatsapp Message
0 CommentsComment on Facebook
10 AM, 2 March.
Preventative Heath Check-up Camp. Send a WhatsApp message to+91 90852 28863 if want to join. ... See MoreSee Less
0 CommentsComment on Facebook
Join online for Rs. 500 LIFELONG fee. ... See MoreSee Less
Sign Up
Membership Portal – Assam Healthcare Cooperative Society
crm.assamhealthcare.coop
Join our 10,000+ beneficiaries for a LIFELONG fee of Rs. 500.00 to reduce your out-of-pocket medical expenses. Please fill out the form below to join as a beneficiary member. You may apply for yoursel...0 CommentsComment on Facebook
Download the latest issue of AYUSHBARTA, the newsletter of Assam Healthcare Coop, from the link in the comment box. ... See MoreSee Less
2 CommentsComment on Facebook
assamhealthcare.coop/?sdm_process_download=1&download_id=2869
Amar Saikia
... See MoreSee Less
0 CommentsComment on Facebook